ATASU President Basanta Gogoi Criticizes Government Response to Assam Floods
Headline by Prism · from 2 reports
All Assam Tai Ahom Students Union (ATASU) president Basanta Gogoi criticized the central government for its lack of attention to floods in Assam during the The Conclave-2026 event.
Asomiya PratidinThe brief
Written by software from the 2 reports below.
- ATASU president Basanta Gogoi addressed the issue of Assam's recurring floods at a panel discussion in Delhi.
- He accused the central government of prioritizing Assam's natural resources over the welfare of its people.
- Gogoi noted that neither the Prime Minister nor the Home Minister issued any public statements regarding the recent disaster.
- He argued that official government promises to control floods via river management have proven to be ineffective and misleading.
- The discussion highlighted the frustration over the lack of timely central intervention as thousands remain homeless.
What to watch next
- Future central government response to flood management in Assam
- Developments in the ongoing political discourse regarding river management policies
The points restate the reports; where one says why it matters, that is Prism's reading, not a reported fact.
What changed
Every report on this story, newest first. Times are when each outlet published.
- Asomiya Pratidin[1]অসমৰ মানুহক উদ্ধাৰ কৰিবলৈ ৰাজ্যত মাত্ৰ ১৫খন মানহে নাও আছেঃ অখিল গগৈ
- Asomiya Pratidin[2]অসমৰ বানপানীক লৈ প্ৰধানমন্ত্ৰীয়ে এটা টুইট নকৰিলেঃ আটাছুৰ সভাপতি বসন্ত গগৈ...
Who said what
6 quotes · 1 outlet
Only words found exactly in the article are shown, attributed and linked to the line they came from.
Basanta Gogoi
President of All Assam Tai Ahom Students Union
2 quotes · 1 outlet
“অসমৰ সম্পদৰ ওপৰতহে কেন্দ্ৰীয় চৰকাৰৰ চকু। অসমৰ জনসাধাৰণৰ ওপৰত তেওঁলোকৰ দৃষ্টি নিবদ্ধ নাই বুলি আমি ভাবো।”
In the article
…কৰা হয় বসন্ত গগৈক। প্ৰশ্নৰ উত্তৰত তেওঁ কয়- “প্ৰতিখন চৰকাৰে অসমৰ জনসাধাৰণক লৈ যি আলোচনা কৰে, আজি পৰ্যন্ত সেই আলোচনাৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশ্ন ৰৈয়ে গৈছে। জনতাক দিয়া বাৰ্তাৰ ওলোটা ছবি ৰাইজে দেখি আহিছে। অসমৰ সম্পদৰ ওপৰতহে কেন্দ্ৰীয় চৰকাৰৰ চকু। অসমৰ জনসাধাৰণৰ ওপৰত তেওঁলোকৰ দৃষ্টি নিবদ্ধ নাই বুলি আমি ভাবো। যিসময়ত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অসমলৈ আহি শিৱসাগৰত ভাইয়-বেহনো বুলি কয়, কিন্তু আজি বানপানীৰ সময়ত তেখেতে এষাৰ মাত নিদিয়ে। তেখেতলোকৰ আন্তৰিকতা আমি দেখা নাপালো। সেই কাৰণে কৈছো- অসমৰ দল-সংগঠনে চৰকাৰৰ সৈতে কৰা আলোচনাৰ সুফল…
“প্ৰধানমন্ত্ৰী-কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এটা টুইট নকৰিলে।”
In the article
…এবাৰ প্ৰমাণ কৰিলে। অসম চৰকাৰকো কটাক্ষ কৰি আটাছুৰ সভাপতিগৰাকীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ চকুত চকু থৈ অসম চৰকাৰে কথা ক'ব নোৱাৰে। কংগ্ৰেছ, বিজেপি সকলোৰে ক্ষেত্ৰত একেই হৈছে। অসমক সদায়েই মাহী আইৰ দৃষ্টিৰে চাই কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী-কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এটা টুইট নকৰিলে। ব্ৰহ্মপুত্ৰক খান্দি অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিম বুলি কোৱা কথাবোৰ আচঁলতে অসমীয়াক মানুহক মুৰ্খ সজোৱাৰ এক প্ৰক্ৰিয়াহে বুলি ক্ষোভ উজাৰ তেওঁ। চৰকাৰী হিচাপ মতে প্ৰায় ৫৫হাজাৰ মানুহ গৃহহীন হ'ল। আমি ২৫বছৰ পিছুৱাই গ'লো তাৰ পিছতো…
Akhil Gogoi
2 quotes · 1 outlet
“মানুহক উদ্ধাৰ কৰিবলৈ অসমত মাত্ৰ ১৫খন মানহে নাও আছে।”
In the article
…কৰিলো। মুখ্যমন্ত্ৰীক ফোন কৰি ৪০খন নাও বিচাৰিলো। কিন্তু মোক তেওঁ কয় যে- ক’ত ইমানখন নাও আছে অসমত। তেওঁ কৈছিল যে- ১২খন নাওহে দিব পাৰিম। মই তেতিয়া বুজিলো যে- আজিৰ দিনটোত অসমত দুৰ্যোগ আহিলে এলাৰ্ম কৰিবলৈ ব্যৱস্থা এটা নাই। মানুহক উদ্ধাৰ কৰিবলৈ অসমত মাত্ৰ ১৫খন মানহে নাও আছে। ৫৬০জন SDRF কেডাৰ আছে। তেওঁলোকে মোক কৈছে যে- তেওঁলোকে ৪-৫ মাহৰ মূৰে মূৰেহে দৰমহা পায়। যদি কাইলৈ গুৱাহাটী পানী ডুবি যায়। তেতিয়া মানুহখিনিক উদ্ধাৰ কৰিবলৈ একো প্ৰকল্প নাই। অনিল নগৰ- নবীন নগৰৰ মানুহকো উদ্ধাৰ কৰিবলৈও SDRF…
“মই পঢ়িলো ডাৱৰ বিস্ফোৰণৰ বাবে ঘন্টাত ১৩০ মিলিমিটাৰ বৰষুণ হ’ব লাগিব।আচলতে নগালেণ্ডত ১৯ জুলাইত হোৱা বৰষুণৰ পৰিমান ইয়াতকৈ কম।”
In the article
…১৯৫০চনৰ ভূমিকম্পৰ পাছত সকলো নদী ওপৰলৈ উঠি গ’ল। নদীবান্ধ আৰু বগীবিল দলঙৰ কাৰণে উত্তৰ অসমৰ নদীৰ শিল অনাৰ বাবে চমৰাজান ঠাইখিনিৰ সৃষ্টি হ’ল। ১৯ জুলাইৰ ঘটনাটো খুব চিম্পল। মুখ্যমন্ত্ৰীয়ে কৈছে যে- ডাৱৰ বিস্ফোৰণ হৈছে। কিন্তু মই পঢ়িলো ডাৱৰ বিস্ফোৰণৰ বাবে ঘন্টাত ১৩০ মিলিমিটাৰ বৰষুণ হ’ব লাগিব।আচলতে নগালেণ্ডত ১৯ জুলাইত হোৱা বৰষুণৰ পৰিমান ইয়াতকৈ কম। আৰু এনে বৰষুণ হৈয়ে থাকে ৰাজ্যখনত। নগালেণ্ডত কয়লা খনন হৈ আছে। দ্বিতীয়তে তেওঁলোকে কাংগানবস্তিত দিখৌ নৈত তিনিটা বান্ধ নিৰ্মাণ কৰিছে। নাগিনীমাৰাত প্ৰথম পানী সোমাইছিল। নাগিনীমাৰাৰ পাৰ হৈ শিমলুগুৰিলৈকে ১৪ কিলোমিটাৰ ঠাইত…
Nitumoni Saikia
1 quote · 1 outlet
“চৰকাৰে কৈছে যে এয়া এক প্ৰাকৃতিক দুৰ্যোগ। কিন্তু জাতীয় দল-সংগঠনে কৈছে- এয়া প্ৰাকৃতিক দৃশ্য হয় কিন্তু এয়া মানৱ সৃষ্টও। আচলতে সঁচা কি, মিছা কি?”
In the article
…শৰ্মা আৰু আটাছুৰ সভাপতি বসন্ত গগৈয়ে অংশগ্ৰহণ কৰে। ‘ইমান বছৰে অসমবাসীয়ে বানৰ সৈতে মোকাবিলা কৰি আহিছে। প্ৰতি বছৰে বাৰিষা কালত বানপানীৰ সৈতে যুদ্ধ কৰিব লগা হয়। ইমানদিনে বানক প্ৰাকৃতিক দুৰ্যোগ হিচাপে বিশ্লেষণ কৰি আহিছিলো। চৰকাৰে কৈছে যে এয়া এক প্ৰাকৃতিক দুৰ্যোগ। কিন্তু জাতীয় দল-সংগঠনে কৈছে- এয়া প্ৰাকৃতিক দৃশ্য হয় কিন্তু এয়া মানৱ সৃষ্টও। আচলতে সঁচা কি, মিছা কি? ’ বুলি অনুষ্ঠানটিৰ আৰম্ভণিতে কয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। নদী বিশেষজ্ঞ হিচাপে আৰু ভূতত্ত্ববিদ হিচাপে আপুনি এয়া মানৱ সৃষ্ট দুৰ্যোগ নে প্ৰকৃতিক দুৰ্যোগ বুলি প্ৰশ্ন কৰা হয় ড° যোগেন্দ্ৰ নাথ শৰ্মাক। তেওঁ…
Jogendra Nath Sharma
1 quote · 1 outlet
“পৃথিৱীৰ ভিতৰত ভাৰত দ্বিতীয় বন্যাক্ৰান্ত দেশ। আৰু অসমৰ ৪০ শতাংশ ঠাই বানপানীত বিধ্বস্ত হৈ থাকে।”
In the article
…অনুষ্ঠানটিৰ আৰম্ভণিতে কয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। নদী বিশেষজ্ঞ হিচাপে আৰু ভূতত্ত্ববিদ হিচাপে আপুনি এয়া মানৱ সৃষ্ট দুৰ্যোগ নে প্ৰকৃতিক দুৰ্যোগ বুলি প্ৰশ্ন কৰা হয় ড° যোগেন্দ্ৰ নাথ শৰ্মাক। তেওঁ কয়- “ পৃথিৱীৰ ভিতৰত ভাৰত দ্বিতীয় বন্যাক্ৰান্ত দেশ। আৰু অসমৰ ৪০ শতাংশ ঠাই বানপানীত বিধ্বস্ত হৈ থাকে। অসমৰ বান নতুন কথা নহয়। বানপানী হোৱাৰ বহু কাৰণ আছে। প্ৰথমে আমি চাও ব্ৰহ্মপুত্ৰই কিমান পানী কঢ়িয়াই। কিন্তু অৱবাহিকাৰ এলেকাৰ কথা চালে এইখন বিশ্বৰ ভিতৰত ৩৩তম নদী। পাচীঘাটত মাত্ৰ ৩২ শতাংশ পানীহে নদীখনে কঢ়িয়াই। বাকী ৬৮…
Coverage
1 outlet
All filed from IndiaSingle origin
NamedIndia · Assam · Government of Assam · Government of India · Akhil Gogoi · All Assam Tai Ahom Students Union · Basanta Gogoi · Bimal Bora · Dibrugarh University · Jogendra Nath Sarma · Jogendra Nath Sharma · Nagaland · Narendra Modi
The 2 reports are listed beside the record.
Corrections and versions
A correction says what was wrong and why. Every earlier headline and brief of this record is kept.
Something wrong?
Say what, and it arrives with this record's address filled in. A correction is welcome.
Ask this story
Answers cite the 2 reports above, or say they can't.
